rbi.page.title.1
rbi.page.title.2
78503419
ড: প্ৰসন্ন কুমাৰ মহান্তি আৰু শ্ৰী দিলীপ এস. সাংৱীক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চেন্ট্ৰেল বোৰ্ডলৈ ভাৰত চৰকাৰৰ মনোনয়ণ
প্ৰকাশ কৰা তাৰিখ ফেব্ৰুৱাৰী 01, 2018
ড: প্ৰসন্ন কুমাৰ মহান্তি আৰু শ্ৰী দিলীপ এস. সাংৱীক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চেন্ট্ৰেল বোৰ্ডলৈ ভাৰত চৰকাৰৰ মনোনয়ণ
১ ফেব্ৰুৱাৰী, ২০১৮ ড: প্ৰসন্ন কুমাৰ মহান্তি আৰু শ্ৰী দিলীপ এস. সাংৱীক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভাৰতীয় ৰিজাৰ্ভ বেংক আইনৰ ৮ নং ধাৰাৰ উপধাৰা (১)ৰ দফা (b) য়ে প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি যথাক্ৰমে ফেব্ৰুৱাৰী ০৮, ২০২১ আৰু মাৰ্চ ১০, ২০২১ তাৰিখৰ সময় সীমালৈ বা পৰৱৰ্তী জাননী নিদিয়ালৈ, যিটো আগত হয়, কেন্দ্ৰীয় চৰকাৰে ড: প্ৰসন্ন কুমাৰ মহান্তি আৰু শ্ৰী দিলীপ এছ সাংৱীক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চেন্ট্ৰেল বোৰ্ডলৈ মনোনীত কৰিছে। জোচ জে কট্টুৰ প্ৰেছ বিজ্ঞপ্তি : ২০১৭-২০১৮/২০৯৬ |
प्ले हो रहा है
শুনি আছে
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:
এই পৃষ্ঠাটো সহায়ক আছিল নে?