rbi.page.title.1
rbi.page.title.2
50846087
প্ৰকাশ কৰা তাৰিখ জুন 06, 2022
আৰ বি আয়ে স্পষ্ট কৰিছে – বিদ্যমান কাৰেন্সি আৰু বেংক নোটত কোনো পৰিৱৰ্তন হোৱা নাই

একাংশ প্ৰচাৰ মাধ্যমত এই বুলি বাতৰি ওলাইছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকে বিদ্যমান কাৰেন্সি আৰু বেংক নোটবোৰত মহাত্মা গান্ধীৰ মুখ মণ্ডলৰ ঠাইত অন্য কাৰোবাৰ বহুৱাই সালসলনি কৰাৰ বিষয়ে বিবেচনা কৰিছে। দ্ৰষ্টব্য যে ৰিজাৰ্ভ বেংকত এনে ধৰণৰ কোনো প্ৰস্তাৱ নাই।
(যোগেশ দয়াল)
মুখ্য মহা প্ৰৱন্ধক
প্ৰেছ বিজ্ঞপ্তি – ২০২২-২০১৩/৩১৪
प्ले हो रहा है
শুনি আছে
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:
এই পৃষ্ঠাটো সহায়ক আছিল নে?