rbi.page.title.1
rbi.page.title.2
Press Releases
ফেব্ৰু 03, 2022
অকৰ্তৃত্বশীল বিদেশী মুদ্ৰা ক্ৰয়-বিক্ৰয় প্লেটফৰ্মৰ বিৰুদ্ধে আৰ বি আইৰ সকিয়নী
ফেব্ৰুৱাৰী ৩, ২০২২ অকৰ্তৃত্বশীল বিদেশী মুদ্ৰা ক্ৰয়-বিক্ৰয় প্লেটফৰ্মৰ বিৰুদ্ধে আৰ বি আইৰ সকিয়নী অকৰ্তৃত্বশীল ইলেকট্ৰনিক ট্ৰেডিং প্লেটফৰ্ম (ETP)বোৰে ছচিয়েল মিডিয়া প্লেটফৰ্ম, চাৰ্ছ ইঞ্জিন, অভাৰ দ্য টপ (OTP) প্লেটফৰ্ম, গেমিং এপকে ধৰি বিভিন্ন মাধ্যমত ভাৰতীয় আৱাসীক বিদেশী মুদ্ৰা ক্ৰয়-বিক্ৰয়ৰ সুবিধা আগবঢ়াই বিভ্ৰান্তিকৰ বিজ্ঞাপন দিয়াটো ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)ৰ দৃষ্টিগোচৰ হৈছে। এনেবোৰ ইটিপিএ নিয়োজিত কৰা এজেণ্টে সহজ বিশ্বাসী লোকসকলক ব্যক্তিগতভাৱে লগ ধৰি বিদেশী মুদ্ৰা বি

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: ছেপ্তেম্বৰ 20, 2023