rbi.page.title.1
rbi.page.title.2
Press Releases
নৱে 29, 2017
বিভিন্ন সমবায় সমিতিয়ে সিবিলাকৰ নামত বেংক শব্দটো ব্যৱহাৰৰ বিৰুদ্ধে সতৰ্কীকৰণ
২৯ নৱেম্বৰ, ২০১৭ বিভিন্ন সমবায় সমিতিয়ে সিবিলাকৰ নামত বেংক শব্দটো ব্যৱহাৰৰ বিৰুদ্ধে সতৰ্কীকৰণ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দৃষ্টিগোচৰ হৈছে যে কোনো কোনো সমবায় সমিতিয়ে তেওঁলোকৰ নামটোত বেংক শব্দটো ব্যৱহাৰ কৰিছে। বেংকিং বিনিয়ম আইন, ১৯৪৯ (সমবায় সমিতিত প্ৰযোজ্য মতে) (বি আৰ আইন, ১৯৪৯)ৰ ধাৰা ৭ৰ এইটো উলংঘন হৈছে। এইটো আৰ বি আইৰ দৃষ্টিগোচৰ হৈছে যে কোনো কোনো সমবায় সমিতিয়ে অনা-সদস্য/নামমাত্ৰ সদস্য/সহযোগী সদস্যৰ পৰা জমা গ্ৰহণ কৰি আছে যিটো নেকি বি আৰ আইন, ১৯৪৯ৰ উলংঘনেৰে বেংকিং ব্যৱসায় চলোৱা

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: ছেপ্তেম্বৰ 20, 2023