rbi.page.title.1
rbi.page.title.2
Press Releases
ছেপ্তে 07, 2022
বিদেশী মুদ্ৰা লেনদেন কৰিবলৈ আৰু বিদেশী মুদ্ৰা লেনদেনৰ বাবে ইলেক্ট্ৰনিক ট্ৰেডিং প্লেটফৰ্ম সঞ্চালনৰ বাবে কৰ্তৃত্বপ্ৰদান নকৰা সত্বাবোৰৰ ‘হুচিয়াৰ তালিকা’ এখন আৰ বি আই এ জাৰি কৰিছে
ছেপ্টেম্বৰ ৭, ২০২২ বিদেশী মুদ্ৰা লেনদেন কৰিবলৈ আৰু বিদেশী মুদ্ৰা লেনদেনৰ বাবে ইলেক্ট্ৰনিক ট্ৰেডিং প্লেটফৰ্ম সঞ্চালনৰ বাবে কৰ্তৃত্বপ্ৰদান নকৰা সত্বাবোৰৰ ‘হুচিয়াৰ তালিকা’ এখন আৰ বি আই এ জাৰি কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)এ দিনাংক ফেব্ৰুৱাৰী ৩, ২০২২ৰ প্ৰেছ বিজ্ঞপ্তিযোগে, অকৰ্তৃত্বশীল ইলেক্ট্ৰনিক ট্ৰেডিং প্লেটফৰ্ম (ETP) বোৰৰ যোগেদি বিদেশী মুদ্ৰা লেনদেন নকৰিবলৈ বা অকৰ্তৃত্বশীল বিদেশী মুদ্ৰা লেনদেনৰ বাবে টকা প্ৰেৰণ-জমা নকৰিবলৈ ৰাইজক সতৰ্ক কৰি দিছিল। আৰ বি আই এ এতিয়াও,

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: ছেপ্তেম্বৰ 20, 2023